গুৱাহাটী উচ্চ ন্যায়ালায়ত ৰাকেশ পালৰ জামিন আবেদনৰ শুনানি

গুৱাহাটী উচ্চ ন্যায়ালায়ত ৰাকেশ পালৰ জামিন আবেদনৰ শুনানি
  • বৃহস্পতিবাৰে গ্ৰহণ কৰা হ'ব ৰাকেশ পালৰ জামিন আৱেদনৰ শুনানি।
  • গুৱাহাটী উচ্চ ন্যায়ালয়ত গ্ৰহণ কৰা হ'ব শুনানি।
  • ভঙাগড় থানাৰ গোচৰত জামিন বিচাৰি আবেদন জনাইছিল ৰাকেশ পালে।
  • নিশামণি ডেকা, বিকাশ কুমাৰ পিঞ্চা, পল্লৱী শৰ্মা চৌধুৰীৰ জামিন আৱেদনৰো শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে।
  • ইতিমধ্যে এপিএছচি কেলেংকাৰীত অভিযুক্ত ২১গৰাকী বিষয়াৰ জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।‍

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in