বিশিষ্ট শিক্ষাবিদ হেমচন্দ্ৰ বৰুৱা সন্ধানহীন…

বিশিষ্ট শিক্ষাবিদ হেমচন্দ্ৰ বৰুৱা সন্ধানহীন…

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰ জিলাৰ প্ৰাক্তন শিক্ষা বিষয়া হেমচন্দ্ৰ চেতিয়া দেওবাৰে দিনৰ প্ৰায় ১ বজাৰ পৰা সন্ধানহীন হৈ আছে। দেওবাৰে বিশিষ্ট শিক্ষাবিদগৰাকী জয়সাগৰৰ জেৰেঙা নগৰৰ বাসগৃহৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হোৱা ঘটনাই শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

কোনো সদাশয় ব্যক্তিয়ে তেওঁৰ সন্ধান পালে আৰক্ষী নাইবা পৰিয়ালৰ লোকক অবগত কৰিবলৈ স্থানীয় জনসাধাৰণে অনুৰোধ জনাইছে ৷ আজি পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অবগত কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in