হেমা মালিনীয়ে কয় কি… চাওঁক VIDEO

হেমা মালিনীয়ে কয় কি… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বিজেপিৰ বৰ্তমানৰ সাংসদ তথা মথুৰা সমষ্টিৰ বিজেপিৰে এইবাৰো প্ৰাৰ্থী হেমা মালিনীৰ দাবী- মথুৰাৰ হেনো সকলো উন্নয়ন তেওঁৰ বাবেহে সম্ভৱ হৈছে। বিপক্ষ সমাজবাদী-বহুজন সমাজবাদী দলৰ সমালোচনা কৰি অভিনেত্ৰীগৰাকীয়ে কয়- 'তেওঁলোকে কেৱল পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে যুঁজিব জানে। এইবাৰো মোডীৰ ঢৌ আছে আৰু এইবাৰো বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে হেমা মালিনীয়ে।'

চাওঁক ভিডিঅ'-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in