শেহতীয়া খবৰ
‘কেব’ ‘কা’ (CAA) হ’ল!  •  অসম আৰক্ষীত ব্যাপক সালসলনি...  •  নাৰী সুৰক্ষাৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে দিল্লীত মহিলা কংগ্ৰেছৰ সমদল...  •  নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ ৰাজপথত জামিয়া বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদ  •  নাৰীজনিত অপৰাধৰ বিৰুদ্ধে দিল্লী চৰকাৰৰ অভিযানঃ স্কুল-কলেজৰ ছাত্ৰক দিয়া হ’ব এই শপত...  •  জম্মু-কাশ্মীৰৰ ৰাজৌৰী চেক্টৰত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন, সামান্যভাৱে আহত ২ ভাৰতীয় জোৱান  •  CAA বিৰোধী প্ৰতিবাদত উত্তপ্ত উত্তৰ পূবঃ শংকিত অমিত শ্বাহে বাতিল কৰিলে শ্বিলং ভ্ৰমণ...  •  ভূমিকম্পই জোকাৰি গ’ল...  •  নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শ্বিলঙত উত্তাল প্ৰতিবাদ...  •  'ৰেপ ইন ইণ্ডিয়া’ মন্তব্যক লৈ ক্ষমা নোখোজে ৰাহুল গান্ধীয়ে…

হেমা মালিনীয়ে কয় কি… চাওঁক VIDEO

128

ডিজিটেল ডেস্কঃ বিজেপিৰ বৰ্তমানৰ সাংসদ তথা মথুৰা সমষ্টিৰ বিজেপিৰে এইবাৰো প্ৰাৰ্থী হেমা মালিনীৰ দাবী- মথুৰাৰ হেনো সকলো উন্নয়ন তেওঁৰ বাবেহে সম্ভৱ হৈছে। বিপক্ষ সমাজবাদী-বহুজন সমাজবাদী দলৰ সমালোচনা কৰি অভিনেত্ৰীগৰাকীয়ে কয়- ‘তেওঁলোকে কেৱল পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে যুঁজিব জানে। এইবাৰো মোডীৰ ঢৌ আছে আৰু এইবাৰো বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে হেমা মালিনীয়ে।’

চাওঁক ভিডিঅ’-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি