অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি

অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি
  • পলমকৈ হ'লেও সাৰ পালে অসম চৰকাৰ।
  • আজি মুকলি কৰিলে হেল্পলাইন নম্বৰ।
  • কেৰালাত বানাক্ৰান্ত অসমীয়া লোকৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি।
  • অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মুকলি কৰিছে এই হেল্পলাইন নম্বৰ।
  • হেল্পলাইন নম্বৰ কেইটা ক্ৰমে- ০৩৬১-২২৩৭২১৯/২২৩৭৪৬০ আৰু ৯৪০১০-৪৪৬১৭।
  • বহু লোকে এই নম্বৰ কেইটাত ফোন কৰি খবৰ লৈছে নিজৰ আত্মীয়ৰ।
  • কেৰালাৰ পৰাও সুকলমে থকাৰ খবৰ দিছে এই হেল্পলাইন নম্বৰত।
  • কেৰালা চৰকাৰৰ বিষয়াৰ সৈতে যোগাযোগত আছে অসম চৰকাৰৰ বিষয়া।
  • এতিয়ালৈকে অহা নাই কোনো হানি-বিঘিনিৰ তথ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in