শেহতীয়া খবৰ
'কা'ৰ সমৰ্থক আৰু 'কা' বিৰোধীৰ মাজত সংঘাত, প্ৰাণ হেৰুৱালে ২ জনে...  •  ডুমডুমাৰ ৰূপাইচাইডিঙত গুলীচালনা, নিহত এজন...  •  জেডিইউ নেতা প্ৰশান্ত কিশোৰ আৰু পৱন বাৰ্মাক বহিস্কাৰ...  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  তৃতীয় টি২০ৰ নিউজিলেণ্ডৰ বিৰুদ্ধে ছুপাৰ অভাৰত খেল দেখুৱালে ৰোহিত শৰ্মাই  •  ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০ ড্ৰ, চুপাৰ অভাৰে নিৰ্ণয় কৰিব ভাগ্য...  •  বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত...  •  পুনেত কা, এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক ২৫০ গৰাকী...  •  বেডমিণ্টনক বিদায় দি ৰাজনীতিলৈ আহিল চাইনা নেহৱাল…  •  টকিঅ' অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা

আগন্তুক ২৪ ঘণ্টাত উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা…

2,071
  • আগন্তুক ২৪ ঘণ্টাত অসমকে ধৰি উত্তৰ-পূবত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।
  • ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই কথা।
  • বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা জাননী অনুসৰি, অসম, ছিকিম, নগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত হ’ব পাৰে প্ৰবাল বৰষুণ-বজ্ৰপাত।
  • ইফালে, এই সময়চোৱাত পশ্চিম অসমত ঘূৰ্ণীবতাহৰ প্ৰভাৱ পৰাৰো সম্ভাৱনা ব্যক্ত।
leaderboard
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি
leaderboard