তামিলনাডুত প্ৰৱল বৃষ্টিপাত, নিহত ১৫

তামিলনাডুত প্ৰৱল বৃষ্টিপাত, নিহত ১৫
  • তামিলনাডুত প্ৰৱল বৃষ্টিপাত।
  • মেট্টুপসায়ম অঞ্চলত দেৱাল খহিঁ মৃত্যু হৈছে ১৫ জনকৈ লোক।
  • নিহত সকলৰ ভিতৰত ৪ গৰাকী মহিলা।
  • ৪ টা ঘৰৰ ওপৰত খঁহি পৰিছিল এখন প্ৰকাণ্ড দেৱাল।
  • বৰ্তমানৰ লৈকে আৰক্ষীয়ে ৯ টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
  • উল্লেখ্য যে, প্ৰৱল বৃষ্টিপাতৰ বাবে সোমবাৰে তামিলনাডুত সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰা হৈছে।
  • সোমবাৰে হবলগীয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহো স্থগিত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in