নগাঁও কাগজ কলৰ শুনানি স্থগিত…

নগাঁও কাগজ কলৰ শুনানি স্থগিত…
  • সোমবাৰে নগাওঁ কাগজ কলৰ শেষবাৰৰ বাবে শুনানি গ্ৰহণ কৰাৰ কথা আছিল নেশ্যনেল ল ট্ৰিবিউনেলে ।
  • কিন্তু কিছু বিশেষ কাৰণত সোমবাৰে এই শুনানি গ্ৰহণ কৰিব নোৱাৰিলে নেশ্যনেল ল ট্ৰিবিউনেলে ।
  • অহা ২১ ছেপ্টেম্বৰলৈকে নগাঁও কাগজ কলৰ শুনানি স্থগিত ৰখা হৈছে ।
  • অৱশ্যে কাগজ কলটোৰ ক্ষেত্ৰত কাম কৰাৰ বাবে এমাহৰ সময় বিচাৰিছিল অসম চৰকাৰে।
  • ইতিমধ্যে চৰকাৰে এই প্ৰসংগত এখন পত্ৰও প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in