শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

নগাঁও কাগজ কলৰ শুনানি স্থগিত…

141
  • সোমবাৰে নগাওঁ কাগজ কলৰ শেষবাৰৰ বাবে শুনানি গ্ৰহণ কৰাৰ কথা আছিল নেশ্যনেল ল ট্ৰিবিউনেলে ।
  • কিন্তু কিছু বিশেষ কাৰণত সোমবাৰে এই শুনানি গ্ৰহণ কৰিব নোৱাৰিলে নেশ্যনেল ল ট্ৰিবিউনেলে ।
  • অহা ২১ ছেপ্টেম্বৰলৈকে নগাঁও কাগজ কলৰ শুনানি স্থগিত ৰখা হৈছে ।
  • অৱশ্যে কাগজ কলটোৰ ক্ষেত্ৰত কাম কৰাৰ বাবে এমাহৰ সময় বিচাৰিছিল অসম চৰকাৰে।
  • ইতিমধ্যে চৰকাৰে এই প্ৰসংগত এখন পত্ৰও প্ৰেৰণ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি