এনআৰচিক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ

এনআৰচিক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ
  • এনআৰচিক লৈ আজি গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।
  • এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা লোকৰ আবেদনৰ ভিত্তিত গ্ৰহণ কৰিব শুনানি।
  • মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ খণ্ড বিচাৰপীঠে কৰিব শুনানি গ্ৰহণ৷
  • গুৰুত্বপূৰ্ণ ৫ নথিৰ গ্ৰহণযোগ্যতাক লৈও উচ্চতম ন্যায়ালয়ত হ'ব শুনানি৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in