কোভিড সন্দৰ্ভত স্বাস্থ্য বিভাগৰ নতুন নিৰ্দেশনা জাৰি…

কোভিড সন্দৰ্ভত স্বাস্থ্য বিভাগৰ নতুন নিৰ্দেশনা জাৰি…
  • ৰাজ্যত কোভিড সন্দৰ্ভত স্বাস্থ্য বিভাগৰ নতুন নিৰ্দেশনা জাৰি।
  • ৰাজ্যৰ কোভিড ৰোগীসকলৰ বাবে কিছু নিয়মৰ সাল-সলনি।
  • স্বাস্থ্যবিভাগে ৰোগীক অব্যাহতি দিয়াৰ ক্ষেত্ৰত সলনি কৰিছে কিছু নিয়ম।
  • লক্ষণবিহীন ৰোগী সকলক কোভিড কেয়াৰ চেন্টাৰত আছুতীয়াকৈ ৰখা হ'ব।
  • ৩ দিনলৈ জ্বৰ-কাহ আদি লক্ষণে দেখা নিদিলে ঘৰলৈ যাব দিয়াৰ অনুমতি।
  • শৰীৰ অক্সিজেন ছেছ্যুৰেশ্যন ৯৪ শতাংশৰ ওপৰত থাকিব লাগিব।
  • আৰ এ টি টেষ্টৰ ফলাফল নিগেটিভ আহিব লাগিব।
  • ঘৰলৈ যাবলৈ অনুমতি দিয়াৰ পাছতো ১০ দিনলৈ হোম কোৱাৰাইন্টানত থাকিব লাগিব।
  • লক্ষণ থকা ৰোগী সকলক ৰখা হ'ব কোভিড চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in