নুনমাটিত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ

নুনমাটিত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ
  • মহানগৰীৰ নুনমাটিত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ।
  • চূণচালি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই জঘন্য কাণ্ড।
  • আৰক্ষীৰ জালত অভিযুক্ত প্ৰধান শিক্ষক নীলধৰ কলিতা দাস।
  • আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে অভিযুক্ত শিক্ষকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in