শেহতীয়া খবৰ
গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ  •  আছু এৰি বুধবাৰে অগপত যোগ দিব মণিমাধৱ মহন্তই  •  'অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্ক'ৰ বাতৰিৰ পাছতে কিয় হাহাকাৰ লাগিল জনতা ভৱনত... VIDEO

এমাহৰ ভিতৰত নিযুক্তি দিব নতুন উপ-পৰিচালন সঞ্চালক

116

ডিজিটেল ডেস্কঃ এইচ ডি এফ চি বেংকৰ উপ-পৰিচালন সঞ্চালক পদৰ পৰা হঠাৎ অব্যাহতী ল’লে পৰেশ সুকথনকাৰে। ইয়াৰ পাছতেই বেংকটোৰ পৰিচালন সঞ্চালক তথা মুখ্যকাৰ্যবাহী বিষয়া আদিত্য পুৰীয়ে জানিবলৈ দিয়ে যে, এক মাহৰ ভিতৰতেই এই পদত নতুন নিযুক্তি দিয়া হব।

সোমবাৰে বেংকটোৰ বিনিয়োগকাৰীসকলৰ সৈতে এক ভিডিঅ কনফাৰেন্সযোগে আলোচনাত মিলিত হৈ এই কথা জানিবলৈ দিয়ে।

লগতে কয় যে, পৰেশ সুকথনাৰৰ পদত্যাগে বেংকটোৰ কাম-কাজত কোনো প্ৰভাৱ নেপালায়। সদ্যপদত্যাগী সুকথকাৰে ক্ৰেডিট, ফাইনেন্স আদি বিষয় চোৱাচিতা কৰিছিল।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি