শেহতীয়া খবৰ
জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...

১৮কোটি দৰমহা পোৱা ভাৰতৰ বেংক বিষয়াজন..

4,573

ডিজিটেল ডেস্কঃ ২০১৯-২০বৰ্ষৰ দেশৰ ভিতৰতে সবাতোকৈ বেছি দৰমহা পোৱা বেংক বিষয়াজন কোন জানেনে! বিগত বিত্তীয় বৰ্ষত ১৮.৯২কোটি টকাৰ দৰমহা লাভ কৰা এই বিষয়াজন হৈছে আদিত্য পুৰী। ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি বেংকৰ মেনেজিং ডাৰেক্টৰ পদত অধিষ্ঠিত পুৰীৰ দৰমহা ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰায় ৩৮ শতাংশ বৃদ্ধি পাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি