স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, LIVE UPDATES…

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, LIVE UPDATES…
  • ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা ১৫হাজাৰৰো অধিক হৈছে।
  • ইয়াৰে সুস্থ হৈছে ৯৮৪৮গৰাকী।
  • অসমত আৰোগ্যৰ হাৰ ৬৩.৩৯শতাংশ।
  • আৰোগ্যৰ দিশত অসমৰ স্থান আছে চতুৰ্থ স্থানত।
  • অসমত কোৰোনাত আক্ৰান্তৰ মৃত্যুৰ হাৰ .২৩শতাংশ।
  • আৰোগ্যৰ হাৰৰ ক্ষেত্ৰত অসমতকৈ আগত আছে পশ্চিম বংগ আৰু গুজৰাট।
  • অসমত আটাইতকৈ সৰ্বাধিক টেষ্ট হৈছে ৪ জুলাইত।
  • ভাৰতৰ ভিতৰতে অসমৰ মৃত্যু হাৰ কম।
  • অসমত এতিয়া ৫৬৫দজন সক্ৰিয় ৰোগী আছে।
  • অসমত ১০০জনৰ যদি কোৰোনা টেষ্ট কৰা হৈছে তাৰ ভিতৰত ৩জনৰ কোৰোনা ৰিজাল্ট পজিটিভ হৈছে।
  • প্ৰতিদিনে ২৫০খন নতুন বিচৰা ব্যৱস্থা কৰা হৈছে।
  • প্ৰতি ১১দিনতে অসমত ৰোগীৰ সংখ্যা হৈছে দুগুণ।
  • প্ৰতিদিনে ৪৫০গৰাকী ৰোগী সুস্থ হৈছে।
  • ৫লাখ ২৫ হাজাৰ ৪৮৫গৰাকী ব্যক্তিৰ কোৰোনা টেষ্ট সম্পন্ন।
  • কোভিড টেষ্টত এতিয়াৰ ভিতৰতে চতুৰ্থস্থানত আছে অসম।
  • গুৱাহাটীৰ ১০লাখ জনবসতিৰ ১ লাখৰ কোৰোনা টেষ্ট।
  • গুৱাহাটীত লকডাউনৰ পূৰ্বে ৩০ শতাংশ লোক কোৰোনাত আক্ৰান্ত হৈছিল।
  • কিন্তু বিগত দুটা দিনত এই সংখ্যা ১৬ শতাংশলৈ হ্ৰাস পাইছে।
  • গুৱাহাটীত পুনৰ ৪হাজাৰ বিচনাযুক্ত কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ কাম চলি আছে।
  • গুৱাহাটী মহানগৰীত লকডাউন বৃদ্ধি কৰাৰ সন্দৰ্ভত দেওবাৰে কৰা হ'ব ঘোষণা।
  • স্বাস্থ্য বিভাগ আৰু মুখ্য সচিবে আলোচনা কৰিব লকডাউন বৃদ্ধি কৰা বা নকৰাৰ সন্দৰ্ভত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in