শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল, LIVE UPDATES…

2,849
  • ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা ১৫হাজাৰৰো অধিক হৈছে।
  • ইয়াৰে সুস্থ হৈছে ৯৮৪৮গৰাকী।
  • অসমত আৰোগ্যৰ হাৰ ৬৩.৩৯শতাংশ।
  • আৰোগ্যৰ দিশত অসমৰ স্থান আছে চতুৰ্থ স্থানত।
  • অসমত কোৰোনাত আক্ৰান্তৰ মৃত্যুৰ হাৰ .২৩শতাংশ।
  • আৰোগ্যৰ হাৰৰ ক্ষেত্ৰত অসমতকৈ আগত আছে পশ্চিম বংগ আৰু গুজৰাট।
  • অসমত আটাইতকৈ সৰ্বাধিক টেষ্ট হৈছে ৪ জুলাইত।
  • ভাৰতৰ ভিতৰতে অসমৰ মৃত্যু হাৰ কম।
  • অসমত এতিয়া ৫৬৫দজন সক্ৰিয় ৰোগী আছে।
  • অসমত ১০০জনৰ যদি কোৰোনা টেষ্ট কৰা হৈছে তাৰ ভিতৰত ৩জনৰ কোৰোনা ৰিজাল্ট পজিটিভ হৈছে।
  • প্ৰতিদিনে ২৫০খন নতুন বিচৰা ব্যৱস্থা কৰা হৈছে।
  • প্ৰতি ১১দিনতে অসমত ৰোগীৰ সংখ্যা হৈছে দুগুণ।
  • প্ৰতিদিনে ৪৫০গৰাকী ৰোগী সুস্থ হৈছে।
  • ৫লাখ ২৫ হাজাৰ ৪৮৫গৰাকী ব্যক্তিৰ কোৰোনা টেষ্ট সম্পন্ন।
  • কোভিড টেষ্টত এতিয়াৰ ভিতৰতে চতুৰ্থস্থানত আছে অসম।
  • গুৱাহাটীৰ ১০লাখ জনবসতিৰ ১ লাখৰ কোৰোনা টেষ্ট।
  • গুৱাহাটীত লকডাউনৰ পূৰ্বে ৩০ শতাংশ লোক কোৰোনাত আক্ৰান্ত হৈছিল।
  • কিন্তু বিগত দুটা দিনত এই সংখ্যা ১৬ শতাংশলৈ হ্ৰাস পাইছে।
  • গুৱাহাটীত পুনৰ ৪হাজাৰ বিচনাযুক্ত কোভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ কাম চলি আছে।
  • গুৱাহাটী মহানগৰীত লকডাউন বৃদ্ধি কৰাৰ সন্দৰ্ভত দেওবাৰে কৰা হ’ব ঘোষণা।
  • স্বাস্থ্য বিভাগ আৰু মুখ্য সচিবে আলোচনা কৰিব লকডাউন বৃদ্ধি কৰা বা নকৰাৰ সন্দৰ্ভত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি