হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাই আপুনি কি বুজিব?

হিমন্ত বিশ্ব শৰ্মাৰ মুখ চাই আপুনি কি বুজিব?
  • আজিও ঘোষণা নহল অসমৰ কোন হব পৱৰৰ্তী মুখ্যমন্ত্ৰী।
  • দিল্লীত চলিছিল বিজেপিৰ শীৰ্ষ নেতৃ্ত্বৰে বৈঠক।
  • প্ৰথমে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিল জে পি নড্ডাৰ বাসগৃহত।
  • তাৰ পিছত উপস্থিত হৈছিল সৰ্বানন্দ সোণোৱাল।
  • দুয়োগৰাকীক মুখামুখিকৈ বহুৱা হৈছিল বৈঠকত।
  • হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য- বিধায়নী দলৰ বৈঠকৰ অন্তত সকলো স্পষ্ট হব।
  • বৈঠকৰ অন্তত একেলগে গ্ৰহণ কৰিলে আহাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in