মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত মৃত্যু যুৱকৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত নিহত এজন।
  • বুধবাৰে পুৱতি নিশা হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ে খুন্দিয়াই এজন যুৱকক।
  • ভৰলুমুখত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
  • মন্ত্ৰীৰ কনভয়ৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল অনুপম চাকমা নামৰ এজন যুৱক।
  • হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ এএছ ০১ এচি-৬৮০০ নম্বৰৰ বাহনখনে সংঘটিত কৰিছিল এই দুৰ্ঘটনা।
  • জি এন আৰ চিত ভৰ্তি কৰা হৈছিল আহত যুৱকজনক।
  • পিছত যুৱকজনক মৃত ঘোষণা কৰে চিকিৎসকে।
  • নিহত যুৱকজনৰ ঘৰ ত্ৰিপুৰাত বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in