ছুইমিং পুলত ডুবি মৃত্যুক সাৱটিলে ১৫ বছৰীয়া কিশোৰে…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • হায়দৰাবাদত সংঘটিত হ'ল এক কৰুণ ঘটনা।
  • ছুইমিং পুলত সাতোৰিলৈ গৈ মৃত্যু এজন ১৫ বছৰীয়া কিশোৰৰ।
  • শুকুৰবাৰে সংঘটিত হয় এই কৰুণ ঘটনা।
  • জানিব পৰা মতে, সেই সময়ত নাছিল কোনো প্ৰশিক্ষক।
  • প্ৰশিক্ষক নথকাৰ সময়তে ছুইমিং পুলত ডুবি মৃত্যুক সাৱটিলে কিশোৰটিয়ে।
  • ঘটনা সন্দৰ্ভত ছুইমিং পুলটোৰ স্বত্তাধিকাৰৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in