হাটশিঙিমাৰী আৰু মানকাচৰ মহাবিদ্যালয়ক কোৱাৰেন্টাইন চেণ্টাৰ হিচাপে কৰা হ’ব ব্যৱহাৰ…

হাটশিঙিমাৰী আৰু মানকাচৰ মহাবিদ্যালয়ক কোৱাৰেন্টাইন চেণ্টাৰ হিচাপে কৰা হ’ব ব্যৱহাৰ…

  • হাটশিঙিমাৰী আৰু মানকাচৰ মহাবিদ্যালয়ক কোৱাৰেন্টাইন চেণ্টাৰ হিচাপে জিলা প্ৰশাসনে কৰিব ব্যৱহাৰ।
  • দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে ইতিমধ্যে ঘোষণা কৰিছে এই কথা।
  • দুয়োখন মহাবিদ্যালয় অধ্যক্ষক জিলা প্ৰশাসনে দিছে নিৰ্দেশ।
  • অতিৰিক্তভাৱে প্ৰস্তত কৰা হ'ব এই কোৱাৰেন্টাইন চেণ্টাৰ দুটা।
  • উল্লেখ্য যে, ইতিমধ্যে প্ৰস্তত কৰা কোৱাৰেন্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা লোক ভৰ্তি হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in