শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

হাটশিঙিমাৰী আৰু মানকাচৰ মহাবিদ্যালয়ক কোৱাৰেন্টাইন চেণ্টাৰ হিচাপে কৰা হ’ব ব্যৱহাৰ…

65
  • হাটশিঙিমাৰী আৰু মানকাচৰ মহাবিদ্যালয়ক কোৱাৰেন্টাইন চেণ্টাৰ হিচাপে জিলা প্ৰশাসনে কৰিব ব্যৱহাৰ।
  • দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনে ইতিমধ্যে ঘোষণা কৰিছে এই কথা।
  • দুয়োখন মহাবিদ্যালয় অধ্যক্ষক জিলা প্ৰশাসনে দিছে নিৰ্দেশ।

  • অতিৰিক্তভাৱে প্ৰস্তত কৰা হ’ব এই কোৱাৰেন্টাইন চেণ্টাৰ দুটা।
  • উল্লেখ্য যে, ইতিমধ্যে প্ৰস্তত কৰা কোৱাৰেন্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা লোক ভৰ্তি হৈ পৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি