হাটশিঙিমাৰীত আটক ৩টা পশুধন সৰবৰাহকাৰী…

হাটশিঙিমাৰীত আটক ৩টা পশুধন সৰবৰাহকাৰী…
  • হাটশিঙিমাৰীত তিনিজন পশুধন সৰবৰাহকাৰী আটক।
  • মঙলবাৰে পুৱতি নিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে সুখচৰৰ পৰা আটক কৰে তিনিজন পশুধন সৰবৰাহকাৰীক।
  • সৰবৰাহকাৰী তিনিজন সুখচৰৰ আনোৱাৰ ইছলাম(৩৮), আব্দুৰ ৰহিম আকন্দ(৩৭) আৰু মোছলেম বুলি জনা গৈছে।
  • আব্দুৰ ৰহিম আকন্দ নামৰ লোক জন সুখচৰ থানাৰ খয়ৰাৰ মালিক বুলি জানিব পৰা গৈছে।
  • উল্লেখ্য যে, ৬ টা ম'হ চোৰাং ভাৱে বিক্ৰী কৰাৰ অভিযোগত সৰবৰাহকাৰী তিনিজনক আটক কৰে আৰক্ষীয়ে।
  • অধিক তথ্যৰ বাবে সৰবৰাহকাৰী তিনি জনক জেৰা অব্যাহত ৰাখিছে জিলা আৰক্ষীয়ে।
  • ইতিমধ্যে তিনিওজনৰ বিৰুদ্ধে সুখচৰ থানাত গোচৰ ৰুজু হৈছে বুলি আৰক্ষীৰ সূত্ৰে জনা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in