শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব  •  গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

হাটশিঙিমাৰীত আটক ৩টা পশুধন সৰবৰাহকাৰী…

  • হাটশিঙিমাৰীত তিনিজন পশুধন সৰবৰাহকাৰী আটক।
  • মঙলবাৰে পুৱতি নিশা দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীয়ে সুখচৰৰ পৰা আটক কৰে তিনিজন পশুধন সৰবৰাহকাৰীক।
  • সৰবৰাহকাৰী তিনিজন সুখচৰৰ আনোৱাৰ ইছলাম(৩৮), আব্দুৰ ৰহিম আকন্দ(৩৭) আৰু মোছলেম বুলি জনা গৈছে।
  • আব্দুৰ ৰহিম আকন্দ নামৰ লোক জন সুখচৰ থানাৰ খয়ৰাৰ মালিক বুলি জানিব পৰা গৈছে।
  • উল্লেখ্য যে, ৬ টা ম’হ চোৰাং ভাৱে বিক্ৰী কৰাৰ অভিযোগত সৰবৰাহকাৰী তিনিজনক আটক কৰে আৰক্ষীয়ে।
  • অধিক তথ্যৰ বাবে সৰবৰাহকাৰী তিনি জনক জেৰা অব্যাহত ৰাখিছে জিলা আৰক্ষীয়ে।
  • ইতিমধ্যে তিনিওজনৰ বিৰুদ্ধে সুখচৰ থানাত গোচৰ ৰুজু হৈছে বুলি আৰক্ষীৰ সূত্ৰে জনা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি