হাতীগাঁও আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ চোৰ…

হাতীগাঁও আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ চোৰ…
  • হাতীগাঁও আৰক্ষীৰ অভিযানত গ্রেপ্তাৰ দুই দুৰ্ধৰ্ষ চোৰ।
  • গ্রেপ্তাৰ কৰা দুজন চোৰ ক্ৰমে শ্বাহীদ আলী আৰু নুৰ মহম্মদ।
  • চোৰ দুটাৰ পৰা জব্দ ৪ হাজাৰ টকাৰ পুৰণি নোট।
  • দুয়োটা চোৰ দীৰ্ঘদিনৰ পৰা বিভিন্ন চুৰি কাৰ্যৰ সৈতে জড়িত আছিল।
  • নুৰ মহম্মদৰ বিৰুদ্ধে পূৰ্বতেও আছে বহু অপৰাধমূলক গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in