হাথৰছ কাণ্ডঃ ৫ঘন্টা ধৰি পীড়িতাৰ পৰিয়ালক সোধ-পোছ চি বি আইৰ…

হাথৰছ কাণ্ডঃ ৫ঘন্টা ধৰি পীড়িতাৰ পৰিয়ালক সোধ-পোছ চি বি আইৰ…

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰছ কাণ্ডক লৈ চি বি আইয়ে অব্যাহত ৰাখিছে তদন্ত অভিযান। যোৱা শনিবাৰে তদন্তকাৰী সংস্থাটোৱে পীড়িতাৰ পৰিয়ালক প্ৰায় ৫ঘন্টা ধৰি সোধ-পোছ কৰে। পৰিয়ালৰ সকলো সদস্যকে সোধ-পোছৰ অন্তত চি বি আই টীমটোৱে পীড়িতাৰ কিছু কাপোৰ লগত লৈ যায়। পৰিয়ালে সংবাদমাধ্যমত অৱগত কৰামতে, চি বি আইৰ টীমটোৱে অতি সৰলভাৱে প্ৰশ্নবোৰ কৰিছে আৰু কোনোধৰণৰ হেঁচাঁ প্ৰয়োগ কৰা নাই তদন্তকাৰী সংস্থাটোৱে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in