শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

হাথৰছ কাণ্ডঃ ৫ঘন্টা ধৰি পীড়িতাৰ পৰিয়ালক সোধ-পোছ চি বি আইৰ…

146

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰছ কাণ্ডক লৈ চি বি আইয়ে অব্যাহত ৰাখিছে তদন্ত অভিযান। যোৱা শনিবাৰে তদন্তকাৰী সংস্থাটোৱে পীড়িতাৰ পৰিয়ালক প্ৰায় ৫ঘন্টা ধৰি সোধ-পোছ কৰে। পৰিয়ালৰ সকলো সদস্যকে সোধ-পোছৰ অন্তত চি বি আই টীমটোৱে পীড়িতাৰ কিছু কাপোৰ লগত লৈ যায়। পৰিয়ালে সংবাদমাধ্যমত অৱগত কৰামতে, চি বি আইৰ টীমটোৱে অতি সৰলভাৱে প্ৰশ্নবোৰ কৰিছে আৰু কোনোধৰণৰ হেঁচাঁ প্ৰয়োগ কৰা নাই তদন্তকাৰী সংস্থাটোৱে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি