শেহতীয়া খবৰ
আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ...  •  আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ...  •  আন্ত:ৰাষ্ট্ৰীয় গঁড় দিৱস উপলক্ষে আজি মুক্তি পাব কেভিন পিটাৰছনৰ এশিঙীয়া গঁড়ৰ তথ্যচিত্ৰ...  •  ১৪ দিন জেলতেই কটালে ৰিয়াই...  •  খাটনিয়াপাৰ গাওঁ পঞ্চায়তৰ বিৰুদ্ধে একাংশ সুযোগ সন্ধানী লোক, আচনিৰ বিৰুদ্ধে অভিযোগেৰে কাম বন্ধৰ চেষ্টা...  •  ৰাজ্যসভাৰ নিলম্বিত বিৰোধী সাংসদৰ সমগ্ৰ নিশা প্ৰতিবাদ  •  ৰাজ্যত ভুমিকম্পৰ জোকাৰণি...  •  ভূমিকম্পই কঁপালে গুৱাহাটী মহানগৰ...  •  ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি...  •  দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৩,৫৬৮ জনলৈ বৃদ্ধি...

সুশান্ত সিং ৰাজপুতৰ পিতৃক সাক্ষাৎ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ…

109

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিং আৰু তেওঁৰ ভগ্নী ৰাণী সিঙক ফাৰিদাবাদত সাক্ষাৎ কৰে। সুশান্ত সিং ৰাজপুতৰ পিতৃক মুখ্যমন্ত্ৰী খট্টৰে আশ্বাস দিয়ে যে, সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়া হৈছে আৰু তেওঁলোকে ন্যায় লাভ কৰিব।

Image

উল্লেখ্য যে, অভিনেতা সুশান্ত সিং ৰাজপুতে যোৱা ১৪ জুন, ২০২০ত মুম্বাইস্থিত নিজৰ ঘৰত আত্মহত্যা কৰিছিল। হঠাৎ সফল অভিনেতাগৰাকীয়ে কৰা আত্মহননৰ ঘটনাক লৈ বহু প্রশ্ন উত্থাপন হৈছে। আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰিব চিবিআইয়ে।

Image
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি