তীব্ৰবেগী বাহনে মহতিয়ালে পদপথত শুই থকা ৭জনক

তীব্ৰবেগী বাহনে মহতিয়ালে পদপথত শুই থকা ৭জনক
  • হাৰিয়ানাত ভয়ংকৰ দুৰ্ঘটনা।
  • এখন তীব্ৰবেগী বাহনে মহতিয়ালে ৭জনকৈ লোকক।
  • হাৰিয়ানাৰ ছোনীপাটত ৰেল ষ্টেচনৰ সমীপৰ পথত শুই থকা অৱস্থাত বাহনখনে মহতিয়ালে ৭জনক।
  • এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আটাইকেইজন লোক।
  • আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।
  • আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in