শেহতীয়া খবৰ
ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল...  •  তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে...  •  নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান...  •  লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ  •  মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাৰ মনোনয়ন দাখিল  •  লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই দাখিল কৰিলে মনোনয়ন

তীব্ৰবেগী বাহনে মহতিয়ালে পদপথত শুই থকা ৭জনক

204
  • হাৰিয়ানাত ভয়ংকৰ দুৰ্ঘটনা।
  • এখন তীব্ৰবেগী বাহনে মহতিয়ালে ৭জনকৈ লোকক।
  • হাৰিয়ানাৰ ছোনীপাটত ৰেল ষ্টেচনৰ সমীপৰ পথত শুই থকা অৱস্থাত বাহনখনে মহতিয়ালে ৭জনক।
  • এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আটাইকেইজন লোক।
  • আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ।
  • আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি