শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

বলিউডৰ জনপ্ৰিয় অভিনেতা হৰ্ষবৰ্ধন ৰাণে কোভিড পজিটিভ…

104

ডিজিটেল ডেস্কঃ বলিউডৰ অভিনেতা হৰ্ষবৰ্ধন ৰাণে কোৰোনাত আক্ৰান্ত। ছ’চিয়েল মিডিয়াযোগে খোদ এই কথা সদৰী কৰে অভিনেতা গৰাকীয়ে। হৰ্ষবৰ্ধনে টুইটাৰযোগে জনাই যে, তেওঁ জ্বৰ আৰু পেটৰ বিষত ভোগি থকাৰ পাছত চিকিৎসকৰ পৰামৰ্শ ল’বলৈ চিকিৎসালয়ত উপস্থিত হয়।

হৰ্ষবৰ্ধন ৰাণেয়ে টুইটাৰত লিখিচে- ‘মোৰ জ্বৰ আৰু পেটৰ বিষ হোৱাত মই চিকিৎসালয়লৈ গৈছিলো। তেওঁলোকে গৈছে যে, মোৰ জ্বৰ হৈছে আৰু মোৰ লাংছ সম্পূৰ্ণ ঠিকে আছে আৰু আন কোনো লক্ষণ দেখা পোৱা হোৱা নাই। তাৰপাছত মোৰ কোভিড টেষ্ট কৰায়। মই ব্যৱহাৰ কৰা আৰোগ্য সেতু এপটোৱে মোৰ কোভিড পজিটিভ বুলি কৈছে। সেয়েহে ১০ দিনৰ বাবে আইছ’লেশ্যনত থাকিম…।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি