শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব  •  গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..

ডিজিটেল ডেস্কঃ অলিম্পিক দেশক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰা হাৰিয়ানাৰ মল্লযুঁজাৰু ৰবী কুমাৰ দাহিয়ালৈ হাৰিয়ানা চৰকাৰে ঘোষণা কৰিলে পুৰস্কাৰ। দেশক গৌৰৱাম্বিত কৰা ৰবী কুমাৰক হাৰিয়ানা চৰকাৰে প্ৰদান কৰিব প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি। ইয়াৰোপৰি তেওঁলৈ আগবঢ়াব ৪ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ।

আনহাতে ৰবী কুমাৰৰ গাঁৱত শীঘ্ৰেই হাৰিয়ানা চৰকাৰে নিৰ্মাণ কৰিব ৰেষ্টলিঙৰ এক ইনড’ৰ ষ্টেডিয়াম। ইয়াৰোপৰি ৰবী কুমাৰে হাৰিয়ানাৰ যতেই বিচাৰে ৰাজ্য চৰকাৰে তাতেই তেওঁক ৫০ শতাংশ মূল্যত প্ৰদান কৰিব ভূমি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি