হাৰিয়ানাৰ বস্ত্ৰ ফেক্টৰীত অগ্নিকাণ্ড

হাৰিয়ানাৰ বস্ত্ৰ ফেক্টৰীত অগ্নিকাণ্ড
  • হাৰিয়ানাৰ গুৰুগ্ৰামত বিধ্বংসী অগ্নিকাণ্ড।
  • এটা বস্ত্ৰ ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড।
  • ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ বাহন।
  • অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাচনৰ চেষ্টা অব্যাহত।
  • বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in