হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ…

হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ  মৃতদেহ উদ্ধাৰ…
  • হৰিশিঙা থানাৰ অন্তৰ্গত কাহিবাৰীত মঙলবাৰে সংঘটিত হৈছিল এক শোকাৱহ দুৰ্ঘটনা
  • কাহিবাৰীত থকা ভোল্লা নদী পাৰ হ'বলৈ যাওতে নদীৰ সোঁতে উটুৱাই লৈ গৈছিল দুজনকৈ ছাত্ৰক।
  • হৰিশিঙাৰ ভোল্লা নদীৰ বাঢ়নী পানীত সন্ধানহীন হৈছিল ২ জন ছাত্ৰ ।
  • বুধবাৰে এছ ডি আৰ এফৰ অভিযানত ফুংখা বসুমতাৰী নামৰ ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হৈছিল।
  • আজি পুনৰ উদ্ধাৰ হ'ল ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ ।
  • এছ ডি আৰ এফ আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ হয় মৃতদেহটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in