ভাৰতৰ তৃতীয়টো উইকেট পতন

ভাৰতৰ তৃতীয়টো উইকেট পতন
  • বিশ্বকাপ ক্ৰিকেটৰ পাকিস্তানৰ বিৰুদ্ধে তৃতীয়টো উইকেট পতন ভাৰতৰ।
  • ১৯ বলত ২৬ ৰান কৰি আউট হয় হাৰ্ডিক পাণ্ডিয়া।
  • আমিৰৰ বলত বাবৰ আজমৰ হাতত কেচ তুলি দিয়ে হাৰ্ডিকে।
  • ভাৰতৰ স্ক'ৰ ৪৪.১ বলত ২৮৬ ৰান।
  • ক্ৰিজত নামিছে এম এছ ধোনী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in