হাৰ্ডিক পাণ্ডেয়া, কে এল ৰাহুল আৰু কৰণ জোহৰৰ বিৰুদ্ধে যোধপুৰত গোচৰ ৰুজু

হাৰ্ডিক পাণ্ডেয়া, কে এল ৰাহুল আৰু কৰণ জোহৰৰ বিৰুদ্ধে যোধপুৰত গোচৰ ৰুজু
  • ভাৰতীয় ক্ৰিকেটাৰ হাৰ্ডিক পাণ্ডেয়া আৰু কে এল ৰাহুলৰ বিৰুদ্ধে গোচৰ ৰুজু।
  • যোধপুৰত গোচৰ ৰুজু কৰা হৈছে খেলুৱৈ দুগৰাকীৰ বিৰুদ্ধে।
  • লগতে হিন্দী ছবি পৰিচালক কৰণ জোহৰৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ।
  • কৰণ জোহৰৰ টিভি ট'ক শ্ব'ত অসভ্য মন্তব্য কৰাৰ বাবে ৰুজু কৰা হৈছে গোচৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in