অধিক অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰ, সংঘৰ্ষত শ্বহীদ ৫ নিৰাপত্তাৰক্ষী, নিহত ২ সন্ত্ৰাসবাদী…

অধিক অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰ, সংঘৰ্ষত শ্বহীদ ৫ নিৰাপত্তাৰক্ষী, নিহত ২ সন্ত্ৰাসবাদী…
  • ৩ দিন ধৰি জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ অব্যাহত।
  • সেনাৰ গুলীত নিহত ২ সন্ত্ৰাসবাদী।
  • এই সংঘৰ্ষত শ্বহীদ হৈছে ৫ জনকৈ নিৰাপত্তাৰক্ষী।
  • ইফালে পাক ৰেঞ্জাৰে সীমান্ত গুলীবৰ্ষণ অব্যাহত।
  • ৰাজৌৰি চেক্টৰত পাক সেনা গুলীবৰ্ষণত স্থানীয় লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতি।
  • শনিবাৰে পাক সেনাৰ গুলীত নিহত হৈছিল ৩ জন লোক।
  • জম্মু-কাশ্মীৰত কেন্দ্ৰীয় চৰকাৰে আৰু ৪০০ বাঙ্কাৰ নিমাৰ্ণৰ বাবে নিৰ্দেশ।
  • পুঞ্জ আৰু ৰাজৌৰি চেক্টৰত ২০০ টাকৈ বাঙ্কাৰ কৰা হ'ব নিৰ্মাণ।
  • এমাহৰ ভিতৰতে কৰা হব এই বাঙ্কাৰ কেইটাৰ নিৰ্মাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in