মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান

মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান
  • মণিপুৰত গ্ৰেণেড নিক্ষেপ।
  • মণিপুৰ বিধানসভা ভৱনৰ ওচৰতে থকা থাংমেইবেণ্ড ক্লাৱৰ সমীপত কোনো লোকে গ্ৰেণেড নিক্ষেপ কৰিছে।
  • ইম্ফল জিলাত নিক্ষেপ কৰা গ্ৰেণেডটো হস্ত নিৰ্মিত বুলি জানিব পৰা গৈছে।
  • এই ঘটনাত আহত হৈছে দুজন চিআৰপিএফ জোৱান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in