ৰায়পুৰত মহিলা আৰু শিশুৰ আধা জ্বলা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

  • ছত্তীশগড়ৰ ৰায়পুৰত আধা জ্বলা মৃতদেহ উদ্ধাৰ মাতৃ আৰু সন্তানৰ।
  • ৰায়পুৰৰ নকাটী আৰক্ষী চকী এলেকাত উদ্ধাৰ হয় মাতৃ-শিশুৰ মৃতদেহ।
  • পথৰ দাঁতিত দুয়োটা মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
  • তাৰ পিছতে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় এটা আৰক্ষীৰ দলে।
  • মাতৃ-শিশুৰ পৰিচয় এতিয়াও লাভ কৰা নাই আৰক্ষীয়ে।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত।
  • মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মহিলা আৰু শিশুটিৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in