শেহতীয়া খবৰ
ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...  •  ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা...

হাজোত কিশোৰীৰ সলিল সমাধি

22
  • হাজোত শোকাৱহ ঘটনা।
  • দিহিনাত সলিলসমাধি ঘটিছে কিশোৰীৰ।
  • ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছা পৰা দেখিবলৈ পোৱা গৈছে।
  • মৰাজান নৈত পৰি সলিলসমাধি কিশোৰীগৰাকীৰ।
  • নিভা দাস নামৰ কিশোৰীগৰাকী ৮ বছৰ বয়সৰ বুলি জানিব পৰা গৈছে।
  • উদ্ধাৰ কৰা হৈছে মৃতদেহ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি