হাজোত কিশোৰীৰ সলিল সমাধি

  • হাজোত শোকাৱহ ঘটনা।
  • দিহিনাত সলিলসমাধি ঘটিছে কিশোৰীৰ।
  • ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছা পৰা দেখিবলৈ পোৱা গৈছে।
  • মৰাজান নৈত পৰি সলিলসমাধি কিশোৰীগৰাকীৰ।
  • নিভা দাস নামৰ কিশোৰীগৰাকী ৮ বছৰ বয়সৰ বুলি জানিব পৰা গৈছে।
  • উদ্ধাৰ কৰা হৈছে মৃতদেহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in