হিন্দী চিনেমাৰ দৰে হাজোত অপহৰণকাৰী আৰক্ষীৰ গুলীয়াগুলি…

হিন্দী চিনেমাৰ দৰে হাজোত অপহৰণকাৰী আৰক্ষীৰ গুলীয়াগুলি…
  • হাজোৰ চৰাবড়ীত সংঘটিত হৈছে গুলীচালনা।
  • অপহৰণকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে চলালে গুলী।
  • জানিব পৰা মতে অপহৰণকাৰী ৰুবুলেও আৰক্ষীলৈ লক্ষ্য কৰি চলাইছিল গুলী।
  • আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰুবুল আলী নামৰ অপহৰণকাৰী।
  • আৰক্ষীয়ে আটক কৰিবলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা।
  • ৰুবুল আলীৰ পৰা উদ্ধাৰ কৰা হৈছে এটা পইণ্ট-৩২ পিষ্টল।
  • গুলীবিদ্ধ ৰুবুল আলী বৰ্তমান GMCHত ভৰ্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in