হাজোত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেটসহ এজনক গ্ৰেপ্তাৰ…

হাজোত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেটসহ এজনক গ্ৰেপ্তাৰ…
  • হাজোত ড্রাগছ বিৰোধী অভিযান
  • অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ
  • ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধীৰ নেতৃত্বত এই অভিযান
  • জব্দ নিচাজাতীয় টেবলেটৰ লগতে কফছিৰাফৰ বটলসহ ১০ হাজাৰ টকা
  • নুৰমহম্মদ আলী নামৰ লোকজনৰ গৃহৰ পৰা জব্দ নিচাজাতীয় টেবলেটখিনি
  • ঘৰৰ পিছফালে জংঘলত লুকাই ৰাখিছিল নিচাজাতীয় টেবলেটখিনি
  • অভিযুক্ত নুৰমহম্মদ আলী ওৰফে বেঙাক গ্রেপ্তাৰ আৰক্ষীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in