চোৰৰ বিলৈ, নিহত হ’ল নিৰাপত্তাৰক্ষীৰ গুলীত

চোৰৰ বিলৈ, নিহত হ’ল নিৰাপত্তাৰক্ষীৰ গুলীত
  • হাইলাকান্দিৰ পাঁচগ্ৰামত অঘটন।
  • দেওবাৰে নিশা কাগজ কলৰ নিৰাপত্তাৰক্ষীৰ গুলীত নিহত চোৰ।
  • চোৰৰ দলটোত আছিল প্ৰায় ৬-৭ জন লোক।
  • চুৰি কৰিবলৈ গৈ আক্ৰমণো কৰিছিল নিৰাপত্তাৰক্ষীক।
  • বন্ধ কাগজ কলত চোৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে গুলী চলায়।
  • তাৰ পিছতে নিহত হৈছে এটা চোৰ।
  • চোৰটোৰ ঘৰ কৰিমগঞ্জ জিলাৰ দক্ষিণ বদৰপুৰত।
  • নিহত চোৰটোৰ নাম মণিৰ উদ্দিন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in