হাইলাকান্দিত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী…

হাইলাকান্দিত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী…
  • হাইলাকান্দিত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন সৰবৰাহকাৰী।
  • ধৃত সৰবৰাহকাৰী জনৰ নাম নিজাম উদ্দিন বৰভূঞা
  • হাইলাকান্দি জিলাৰ কাটলিছেড়া হাস্পতালৰ সম্মুখৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ীটোক।
  • যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ৭টা হেৰ'ইনৰ পেকেট।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in