কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি!

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি নিযুক্তি।
  • জয়নাল উদ্দিন লস্কৰক এই পদত নিযুক্তি দিলে কংগ্ৰেছে।
  • পূৰ্বে এই পদত আছিল ৰাহুল ৰয়।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰি পদত্যাগ কৰিছিল ৰাহুল ৰয়ে।
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই নিযুক্তি দিলে জয়নাল উদ্দিন লস্কৰক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in