প্ৰতীকি ফটো
প্ৰতীকি ফটো

হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?

হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা

  • শনিবাৰে ভোট গণনাৰ অন্তত ঘাৰমুৰা জামিৰা জিলা পৰিষদৰ পৰা জয়লাভ কৰিলে এ আই ইউ ডি এফ প্ৰাৰ্থী সালেহ আহমেদ মজুমদাৰে।
  • আনহাতে, দাৰিয়াৰঘাট কাৰিছেৰা পঞ্চায়তৰ সভাপতি পদত জয়লাভ নিৰ্দলীয় প্ৰাৰ্থী হাজিৰা বেগম তাপাদাৰৰ।
  • আঞ্চলিক পঞ্চায়ত সদস্য পদত এ আই ইউ ডি এফৰ তৈবুৰ ৰহমান লস্কৰৰ জয়লাভ।
  • জিলাখনৰ মুঠ ১১খন জিলা পৰিষদৰ ৪খন বিজেপিয়ে এখন অগপই আৰু ৬খন দখল কৰে এ আই ইউ ডি এফে।

সেইদৰে গাঁও পঞ্চায়তৰ সভাপতি পদত ৬২খন আসনৰঃ

  • ২০ খনত জয়লাভ বিজেপিৰ।
  • ৮ খনত জয়লাভ কংগ্ৰেছৰ।
  • ১ খনত জয়লাভ অগপ।
  • ১১ খনত জয়লাভ এ আই ইউ ডি এফে।
  • ২২খনত অন্যান্যৰ জয়লাভ।

আঞ্চলিক পঞ্চায়তৰ সদস্য পদতঃ

  • বিজেপিয়ে জয়লাভ কৰিছে ১৬ খনত।
  • কংগ্ৰেছে জয়লাভ কৰিছে ৮ খনত।
  • অগপই জয়লাভ কৰিছে ২ খনত ।
  • এ আই ইউ ডি এফে জয়লাভ কৰিছে  ১৫খনত।
  • আৰু অন্যান্যই ২১খনত জয়লাভ কৰে।

৬২০টা পঞ্চায়ত সদস্য পদৰ ভিতৰতঃ

  • বিজেপিয়ে জয়লাভ কৰিছে ১৪৯ টা।
  • এ আই ইউ ডি এফে জয়লাভ কৰিছে ১ টা।
  • অন্যান্যই জয়লাভ কৰে ৪৭০টা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in