হাইলাকান্দিত জ্যেষ্ঠ ভাতৃক দাৰে ঘপিয়াই হত্যা কনিষ্ঠ ভাতৃৰ

হাইলাকান্দিত জ্যেষ্ঠ ভাতৃক দাৰে ঘপিয়াই হত্যা কনিষ্ঠ ভাতৃৰ
  • হাইলাকান্দিৰ মিজোৰাম সীমান্তৰ কাঞ্চিয়ালা গাঁৱত নৃশংস হত্যাকাণ্ড।
  • জ্যেষ্ঠ ভ্ৰাতৃক দাৰে ঘপিয়াই হত্যা কৰিলে কনিষ্ঠ ভাতৃয়ে।
  • হত্যাকাণ্ড সংঘটিত কৰি পলায়ন অভিযুক্ত ভ্ৰাতৃ মিণ্টু দাস ।
  • মৃত লোকজনৰ নাম মিটন দাস।
  • পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ।
  • হত্যাকাৰী মিণ্টুৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in