হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত বিস্ফোৰণ…

হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত বিস্ফোৰণ…
  • হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তত বিস্ফোৰণ। 
  • বিস্ফোৰণৰ ফলত এটা মছজিদৰ যথেষ্ট ক্ষতিসাধন।
  •  নিশা সীমান্তৰ কচুৰথলত সংঘটিত হৈছে এই ঘটনা।
  • বিস্ফোৰণত হতাহত হোৱা নাই কোনো লোক। 
  • ঘটনাত মিজোৰামৰ দুৰ্বৃত্ত জড়িত থকাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in