হাইলাকান্দিত গ্ৰেপ্তাৰ ২ ৰহিংগ্যা…

হাইলাকান্দিত গ্ৰেপ্তাৰ ২ ৰহিংগ্যা…
  • হাইলাকান্দি আৰক্ষীৰ জালত পৰিছে ২ ৰহিংগ্যা।
  • ধৃত ৰহিংগ্যা ২ জনৰ নাম আবুল হালিম আৰু লুবেদা বেগম।
  • আৰক্ষীয়ে ৰহিংগ্যা দুজনক অব্যাহত ৰাখিছে জেৰা।
  • ম্যানমাৰৰ মণ্ডু থানাৰ কুঙ্কাৰপাড়াত ঘৰ ৰহিংগ্যা দুজনৰ।
  • ধলছেড়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in