হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে বিপিএফৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা…

হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে বিপিএফৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা…
  • হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে বিপিএফৰ প্ৰথমখন প্ৰাৰ্থী তালিকা।
  • ওদালগুৰিত বিপিএফৰ প্ৰাৰ্থী ৰিহন দৈমাৰী ।
  • পানেৰীত BPFৰ প্ৰাৰ্থী কৰুণাকান্ত স্বৰ্গীয়াৰী ।
  • মাজবাটত প্ৰতিদ্বন্দ্বিতা কৰিব চৰণ নাৰ্জাৰী ।
  • কলাইগাঁওত বিপিএফৰ প্ৰাৰ্থী দূৰ্গাদাস বড়ো ।
  • তালিকা প্ৰকাশ কৰিলে মহিলাৰীয়ে কলে, মহাজোঁটে চৰকাৰ গঠন কৰিব চৰকাৰ । বিপিএফে ১২ খন আসনে দখল কৰিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in