বিজেপিৰে মিত্ৰতাৰ সন্দৰ্ভত কি ক’লে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে

বিজেপিৰে মিত্ৰতাৰ সন্দৰ্ভত কি ক’লে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে
  • অগপ-বিজেপিৰ মিত্ৰতা ভংগক লৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া।
  • 'বিজেপিৰ লগত আমি আছো।'
  • 'চৰকাৰ নাভাঙে, চিন্তাৰ কোনো কাৰণ নাই।'
  • দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে সোমবাৰে বৰঝাৰ বিমানবন্দৰত এনেদৰে মন্তব্য কৰে হাগ্ৰামাই।
  • অগপই বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ প্ৰসংগই আগন্তুক লোকসভা নিৰ্বাচনত প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে হাগ্ৰামাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in