পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ…

পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ…
  • কুখ্যাত সন্ত্ৰাসবাদী হাফিজ ছৈয়দক গ্ৰেপ্তাৰ।
  • পাকিস্তানৰ সংবাদমাধ্যমৰ মতে লাহোৰত গ্ৰেপ্তাৰ কৰা হৈছে হাফিজক।
  • ২০০৯ চনৰ সন্ত্ৰাসবাদীক ধন যোগান ধৰা এক গোচৰত পঞ্জাৱ পুলিচৰ চি টি ডি শাখাই গ্ৰেপ্তাৰ কৰিছে হাফিজক।
  • বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে হাফিজক।
  • পঞ্জাৱ পুলিচে হাফিজৰ সৈতে আন ১৩ গৰাকী নেতাৰ সৈতে ২৩ গোচৰ নিজাববীয়াকৈ ৰুজু কৰিছিল।
  • লাহোৰৰ গঞ্জৰাৱালাত গ্ৰেপ্তাৰ কৰা হৈছে হাফিজক।
  • ইতিমধ্যে হাফিজ ছৈয়দক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে ৰাষ্ট্ৰ সংঘই।
  • আমেৰিকাইয়ো ১০ মিলিয়ন পুৰষ্কাৰ ঘোষণা কৰিছিল হাফিজৰ ওপৰত।
  • পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in