শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ…

1,548
  • কুখ্যাত সন্ত্ৰাসবাদী হাফিজ ছৈয়দক গ্ৰেপ্তাৰ।
  • পাকিস্তানৰ সংবাদমাধ্যমৰ মতে লাহোৰত গ্ৰেপ্তাৰ কৰা হৈছে হাফিজক।
  • ২০০৯ চনৰ সন্ত্ৰাসবাদীক ধন যোগান ধৰা এক গোচৰত পঞ্জাৱ পুলিচৰ চি টি ডি শাখাই গ্ৰেপ্তাৰ কৰিছে হাফিজক।
  • বৰ্তমান ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে হাফিজক।
  • পঞ্জাৱ পুলিচে হাফিজৰ সৈতে আন ১৩ গৰাকী নেতাৰ সৈতে ২৩ গোচৰ নিজাববীয়াকৈ ৰুজু কৰিছিল।
  • লাহোৰৰ গঞ্জৰাৱালাত গ্ৰেপ্তাৰ কৰা হৈছে হাফিজক।
  • ইতিমধ্যে হাফিজ ছৈয়দক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে ৰাষ্ট্ৰ সংঘই।
  • আমেৰিকাইয়ো ১০ মিলিয়ন পুৰষ্কাৰ ঘোষণা কৰিছিল হাফিজৰ ওপৰত।
  • পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি