এইছ এন গৌতম নগাঁৱৰ নতুন উপায়ুক্ত…

এইছ এন গৌতম নগাঁৱৰ  নতুন উপায়ুক্ত…

ডিজিটেল সংবাদ নগাওঁঃ অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টেমেণ্টৰ পৰা জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে নগাঁৱৰ উপায়ুক্ত কবিতা পদ্মনাভক নগাঁৱৰ পৰা গৃহনিৰ্মাণ আৰু নগৰ আৰু জলসিঞ্চন বিভাগৰ আয়ুক্ত সচিব হিচাপে বদলি কৰা হৈছে। আনহাতে আই এ এছ কবিতা পদ্মনাভৰ স্থানত নগাঁৱৰ উপায়ুক্ত হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে এইছ এন গৌতম। ভাৰতীয় প্ৰশাসনিক সেৱাৰ এই এ গৌতমে পূৰ্বে দক্ষিণ শালমমৰাৰ উপায়ুক্ত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in