আৰক্ষীৰ গুলীত নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য ঘোষণা

আৰক্ষীৰ গুলীত নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য ঘোষণা
  • গোলাঘাটত আৰক্ষীৰ গুলীত নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য।
  • দুৰ্ভগীয়া পৰিয়ালটোলৈ মুখ্যমন্ত্ৰীৰ ২ লাখ টকাৰ সাহায্য।
  • সংবাদমাধ্যমক এই কথা জনালে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই।
  • ৫ ডিচেম্বৰত আৰক্ষীৰ গুলীত নিহত হৈছিল জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ লোকজন।
  • গোলাঘাটৰ গণকপুখুৰীৰ হাবিয়াল গাঁৱৰ হাবিচুকত সংঘটিত হৈছিল এই ঘটনা।
  • ভোটগ্ৰহণ চলি থকা সময়ত একাংশ ভোটাৰৰ লগতে আৰক্ষীলৈ চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ।
  • ব্যক্তিজনৰ আক্ৰমণত আহত হৈছিল ৪জন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in