সমাগত নিৰ্বাচনঃ গুৱাহাটীত প্ৰতিদিনে জব্দ লাখ লাখ টকা…

সমাগত নিৰ্বাচনঃ  গুৱাহাটীত প্ৰতিদিনে জব্দ লাখ লাখ টকা…

◆মহানগৰীত প্ৰতি দিনে উদ্ধাৰ হৈছে লাখ লাখ টকা।

◆নিৰ্বাচনী বিধি উলংঘা কৰি কঢ়িয়াই লৈ ফুৰিছে লাখ লাখ টকা।

◆গড়চুকৰ মইনা সুৰাংত ফ্লাইং স্কোৱাদে জব্দ কৰে প্ৰায় ৯.৫ লাখ টকা।

◆গৌতম দাস নামৰ ব্যক্তি জনৰ পৰা জব্দ কৰিছে টকা খিনি।

◆AS01 AG 7347নম্বৰ গাড়ী খনত লখৰাৰ পৰা ৰাণী লৈকে গৈ থকা অৱস্থাত জব্দ কৰে টকা খিনি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in