গুৱাহাটীৰ জুৰোডস্থিত এম কে ডিজটেল ষ্টুডিঅ’ত ভয়ংকৰ অগ্নিকাণ্ড…

গুৱাহাটীৰ জুৰোডস্থিত এম কে ডিজটেল ষ্টুডিঅ’ত ভয়ংকৰ অগ্নিকাণ্ড…
  • বিশিষ্ট সংগীত ব্যৱস্থাপক দিগন্ত শৰ্মাৰ ষ্টুডিঅ'ত অগ্নিকাণ্ড ।
  • জুৰোডত অৱস্থিত দিগন্ত শৰ্মাৰ এম কে ডিজিটেল নামৰ ষ্টুডিঅ'টো ।
  • শ্বট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ।
  • কেইবা লাখ টকাৰ সা সম্পত্তি জ্বলি যায় অগ্নিকাণ্ডৰ ফলত ।
  • দিনৰ প্ৰায় ২ মান বজাত এই অগ্নিকাণ্ড সংঘটিত হয় ।
  • অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ।
  • সেই সময়ত ষ্টুডিঅ'ত কাম কৰিয়ে আছিল দিগন্ত শৰ্মাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in