শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

গুৱাহাটীৰ জুৰোডস্থিত এম কে ডিজটেল ষ্টুডিঅ’ত ভয়ংকৰ অগ্নিকাণ্ড…

138
  • বিশিষ্ট সংগীত ব্যৱস্থাপক দিগন্ত শৰ্মাৰ ষ্টুডিঅ’ত অগ্নিকাণ্ড ।
  • জুৰোডত অৱস্থিত দিগন্ত শৰ্মাৰ এম কে ডিজিটেল নামৰ ষ্টুডিঅ’টো ।
  • শ্বট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ।
  • কেইবা লাখ টকাৰ সা সম্পত্তি জ্বলি যায় অগ্নিকাণ্ডৰ ফলত ।
  • দিনৰ প্ৰায় ২ মান বজাত এই অগ্নিকাণ্ড সংঘটিত হয় ।
  • অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ।
  • সেই সময়ত ষ্টুডিঅ’ত কাম কৰিয়ে আছিল দিগন্ত শৰ্মাই ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি