গুৱাহাটীত পাচলিৰ দোকান বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

গুৱাহাটীত পাচলিৰ দোকান বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ
  • মহানগৰীত পাচলিৰ দোকান বন্ধ কৰাৰ নিৰ্দেশ।
  • পাচলি ক্ৰয় কৰাৰ নামত মহানগৰীত এক অৰাজক পৰস্থিতিৰ সৃষ্টি হৈছিল।
  • পাচলিৰ দোকানৰ সন্মুখত ভিৰ কৰিছিল বহু গ্ৰাহকে।
  • এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ল'লে পুনৰ নতুন সিদ্ধান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in