অশান্ত গুৱাহাটীঃ ৩ আই পি এছ বিষয়াক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব…

অশান্ত গুৱাহাটীঃ ৩ আই পি এছ বিষয়াক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব…

গুৱাহাটীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত।

সেনাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৩ আই পি এছ বিষয়াক বিশেষ দায়িত্ব।

এ পি তিৱাৰী, এছ এন সিং আৰু এল আৰ বিষ্ণয়ক দায়িত্ব দিয়া হৈছে।

চচলতো শ শ প্ৰতিবাদকাৰী সমবেত।

চত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুলীবৰ্ষণ।

ডিব্ৰুগড়ত ৰেল ষ্টেচনৰ লগতে জ্বলাই দিছে এখন অগ্নি নিবাপকৰ গাড়ী।

গুৱাহাটীৰ লালুং গাঁৱত আৰক্ষীৰ গুলীত আহত ৪ জন লোক।

জি পি সিঙক আইন শৃংখলা দায়িত্ব জ্ঞাপন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in