শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

অশান্ত গুৱাহাটীঃ ৩ আই পি এছ বিষয়াক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব…

319

গুৱাহাটীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত।

সেনাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৩ আই পি এছ বিষয়াক বিশেষ দায়িত্ব।

এ পি তিৱাৰী, এছ এন সিং আৰু এল আৰ বিষ্ণয়ক দায়িত্ব দিয়া হৈছে।

চচলতো শ শ প্ৰতিবাদকাৰী সমবেত।

চত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুলীবৰ্ষণ।

ডিব্ৰুগড়ত ৰেল ষ্টেচনৰ লগতে জ্বলাই দিছে এখন অগ্নি নিবাপকৰ গাড়ী।

গুৱাহাটীৰ লালুং গাঁৱত আৰক্ষীৰ গুলীত আহত ৪ জন লোক।

জি পি সিঙক আইন শৃংখলা দায়িত্ব জ্ঞাপন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি